Assamese gk is always important for all Assam competitive exam. So dear student here we provide most important gk about Assam. if you are going to prepare for any competitive exam then please read Assamese gk question And Answer which is most important to you. On this article here we prove you 30 most important Assamese gk question And answer.
১। গুৱাহাটীলৈ অহা প্ৰথম খ্রীষ্টান মিছনেৰীজনৰ নাম কি?
(A) মাইলছ ব্ৰন্সন।
(B) জেমছ ৰে’
(C) শ্ৰীমতী কাট্টাৰ
(D) এ কে গার্নি
উত্তৰঃ (b) জেমছ ৰে’
২। অসমৰ প্ৰথমগৰাকী চৰকাৰী চাকৰিয়ালৰ নাম কি? |
(A) আনন্দৰাম বৰুৱা
(B) ময়িদুল ইছলাম বৰা
(C) শৰৎ ফুকন
(D) সােণমণি বৰা।
উত্তৰঃ (a) আনন্দৰাম বৰুৱা।
৩। অসমত বাংলা ভাষাৰ প্ৰচলন কোন চনৰ পৰা আৰম্ভ হৈছিল?
(A) ১৮২০ চনত
(B) ১৮৩৬ চনত
(C) ১৮৭৩ চনত |
(D) ১৮৫০ চনত
উত্তৰঃ B
৪। সাহিত্য অকা সাহিত্য অকাডেমি বঁটাপ্রাপ্ত গ্রন্থ দেওলাংখুইৰ ৰচক কোন? |
(A) ৰীতা চৌধুৰী
(B) নিৰ্মলপ্ৰভা বৰদলৈ
(C) মামণি ৰয়ছম গােস্বামী
(D) মাইনী মহন্ত
Ans- (a) ৰীতা চৌধুৰী
৫৷ ৰাষ্ট্ৰীয় বঁটাপ্রাপক দেৱজিৎ চাংমাই কোনটো পেছাৰ সৈতে জড়িত?
(A) গায়ক
(B) লেখক
(C) ছাউণ্ড ডিজাইনাৰ
(D) নির্দেশক
উত্তৰঃ (c) ছাউণ্ড ডিজাইনাৰ
৬। পথৰুঘাটৰ ৰণ ক’ত সংঘটিত হৈছিল?
(A) নগাঁও জিলাত
(B) শিৱসাগৰ জিলাত
(C) কাৰ্বি আংলং জিলাত
(D) দৰং জিলাত
উত্তরঃ (d) দৰং জিলাত।
৭। ব্রিটিছৰ বিৰুদ্ধে বিদ্রোহ ঘােষণা কৰা প্ৰথমগৰাকী অসমীয়াৰ নাম কি?
(A) মণিৰাম দেৱান
(B) পিয়লি ফুকন
(C) গােমধৰ কোঁৱৰ
(D) কুশল কোঁৱৰ
উত্তৰ (c) গােমধৰ কোঁৱৰ।
৮। শ্ৰীমন্ত শংকৰদেৱৰ কোন চনত জন্ম হৈছিল?
(A) ১৯৩৯ খ্রীষ্টাব্দত
(B) ১৪৪৯ খ্ৰীষ্টাব্দত
(C) ১৫৫৯ খ্রীষ্টাব্দত
(D) ১৬৬৯ খ্রীষ্টাব্দত
উত্তৰ (b) ১৪৪৯ খ্রীষ্টাব্দত
৯। ব্ৰহ্মপুত্ৰ উপত্যকাত আহােমসকলে কেতিয়া প্রৱেশ কৰিছিল ?
(A) ১২২০ খ্রীষ্টাব্দত
(B) ১২২৫ খ্রীষ্টাব্দত
(C) ১২২৮ খ্রীষ্টাব্দত
(D) ১১৩০ খ্রীষ্টাব্দত
উত্তৰ (c) ১২২৮ খ্রীষ্টাব্দত
১০। আহােম ৰাজত্বকালত প্ৰথমখন ৰাজধানীৰ নাম কি?
(A) গােসাঁইগাঁও
(B) ৰংপুৰ
(C) চৰাইদেউ
(D) নলবাৰী।
উত্তঃ (c) চৰাইদেউ।।
১১। বামুণী কোঁৱৰৰ আহােম নাম কি আছিল?
(A) চুদাংফা
(B) চুকিনফা
(C) চুহুংমুং
(D) সংযােগফা
উত্তৰ (a) চুদাংফা
১২। কোন আহােম স্বৰ্গদেউৰ ৰাজত্বকালত ধােদৰ আলি নির্মাণ হৈছিল ?
(A) গদাধৰ সিংহ
(B) শিৱসিংহ
(C) ৰুদ্ৰসিংহ।
(D) পুৰন্দৰ সিংহ
উঃ (a) গদাধৰ সিংহ।
১৩। অসমৰ কোনখন বিশ্ববিদ্যালয়ত ৰেডিঅ’ৰ প্ৰচলন পােনপ্ৰথমে হৈছিল?
(A) গুৱাহাটী বিশ্ববিদ্যালয়
(B) ডিব্ৰুগড় বিশ্ববিদ্যালয়
(C) অসম বিশ্ববিদ্যালয়
(D) কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়
ans- (d) কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়
14। গুৱাহাটীৰ নৱগ্রহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত?
(A) নীলাচল।
(B) কালাপাহাৰ
(C) জাপৰিগােগ
(D) চিত্ৰাচল
উত্তক (d) চিত্ৰাচল।
১৫৷ লাচিত বৰফুকনৰ জ্যোতিষীগৰাকীৰ নাম কি আছিল?
(A) সূর্যখৰি।
(B) ৰামখানী
(C) সমুদ্রখৰি |
(D) যাদৱখৰি
উত্তঃ (c) সমুদ্রখৰি।
১৬। শ্ৰীমন্ত শংকৰদেৱে ৰচিত আটাইতকৈ সৰু গ্ৰন্থখনৰ নাম কি?
(A) গুণমালা |
(B) কীর্তন।
(C) দশম
(D) কালীয় দমন
উত্তঃ (a) গুণমালা।
১৭। অসমীয়া গদ্য-সাহিত্যৰ জনকগৰাকীৰ নাম কি?
(A) চন্দ্ৰকুমাৰ আগৰৱালা
(B) লক্ষ্মীনাথ বেজবৰুৱা
(C) ভট্টদেৱ |
(D) জ্যোতিপ্ৰসাদ আগৰৱালা
উত্তঃ (c) ভট্টদেৱ।
১৮। অসমীয়া মহিলাই কাপােৰত সাধুকথা ৰচিব পাৰে–বিখ্যাত উক্তিটো কাৰ আছিল?
(A) ড° ৰাজেন্দ্র প্রসাদ
(B) বি আৰ আম্বেদকাৰ
(C) মহাত্মা গান্ধী |
(D) জৱাহৰলাল নেহৰু
উওৰঃ (c) মহাত্মা গান্ধী।
১৯। শুক্ৰধ্বজ কি নামে জনপ্রিয় আছিল?
(A) ধৰ্মৰাজ।
(B) চিলাৰায়।
(C) সংগ্রামজিৎ
(D) প্রতাপ
উত্তৰঃ (b) চিলাৰায়।
২০। ইম্ফলৰ কোনখন বজাৰক মহিলাৰ বজাৰ বুলি জনা যায় ?
(A) মৰেহ বজাৰ
(B) ইমা বজাৰ
(C) মপা বজাৰ |
(D) কোঁৱাৰী বাম বজাৰ
উত্তৰঃ (b) ইমা বজাৰ।।
২১। প্রথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি?
(A) ভাইটি। |
(B) দূৰণিৰ ৰং
(C) পিয়লি ফুকন
(D) অগ্নিস্নান
উত্তৰ (a) ভাইটি।
২২। শৰাইঘাট দলং কোন চনত নির্মাণ কৰা হৈছিল?
(A) ১৯৪৮ চনত
(B) ১৯৫২ চনত
(C) ১৯৬২ চনত
(D) ১৯৬৪ চনত
উত্তৰঃ (c) ১৯৬২ চনত
২৩। কোনে প্রথমে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল?
(A) ভট্টদেৱ
(B) অনন্ত কন্দলী
(C) ৰাম সৰস্বতী।
(D) মাধৱ কন্দলী
উত্তৰ (d) মাধৱ কন্দলী
২৪। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কবিতা গ্রন্থ বনফুল’ৰ ৰচক কোন আছিল?
(A) ৰাধানাথ বৰুৱা
(B) মফিজুদ্দিন আহমদ হাজৰিকা
(C) পদ্মনাথ গােহাঞি বৰুৱা
(D) যতীন্দ্রনাথ দুৱৰা
উত্তৰ (d) যতীন্দ্রনাথ দুৱৰা।
২৫৷ অসমৰ কোনটো তেল শােধনাগাৰক অসম চুক্তিৰ ফলত হােৱা সােধনা বুলি জনা যায়?
(A) ডিগবৈ
(B) নুমলীগড়
(C) বঙাইগাঁও
(D) নুনমাটি
উত্তৰঃ (b) নুমলীগড়।
26.কোন চনত ডিগবৈত খাৰুৱা তেল আৱিষ্কাৰ কৰা হৈছিল ?
(A) ১৬৮৯ চনত
(B) ১৭৮৯ চনত
(C) ১৮৮৯ চনত
(D) ১৯০১ চনত
উত্তৰঃ (c) ১৮৮৯ চনত
27। এছিয়াৰ সবাতােকৈ পুৰণি তেল শােধনাগাৰটোৰ নাম কি?
(A) বােম্বে হাই
(B) মথুৰা
(C) ডিগবৈ
(D) ডুবাই
উত্তৰ (c) ডিগবৈ
২৮। এছিয়াৰ প্ৰথম চাহ গৱেষণা কেন্দ্ৰটো ক’ত অৱস্থিত?
(A) ডিব্ৰুগড়
(B) মৰাণ
(C) যােৰহাট
(D) নামৰূপ
উত্তৰ (c) যােৰহাট।
২৯। গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কোন চনত স্থাপিত হৈছিল ?
(A) ১৯৭০ চনত।
(B) ১৯৬০ চনত
(C) ১৯৬৫ চনত |
(D) ১৯৬২ চনত
উত্তৰ (a) ১৯৭০ চনত
৩০। উজনি অসমৰ কোনখন জিলাত সর্বাধিক চাহ বাগান আছে?
(A) ডিব্ৰুগড়
(B) শিৱসাগৰ
(C) তিনিচুকীয়া
(D) যােৰহাট
উত্তৰ (a) ডিব্ৰুগড়।
Disclaimar: আমি আপোনালোকৰ লৈ সকলো প্ৰশ্ন আৰু প্ৰদান কৰা উত্তৰবোৰ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনাকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল। লগতে, আমি ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলওঁ। ইয়াত, সকলো তথ্যসমূহ কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।