Sports GK in Assamese For Competitive Exam

Sports is a most important topic for all Competitive exam Like- Assam Agriculture, Assam Police Constable Exam, Jail warder, Assam Forest Exam, PNRD, Assam Secretariat, DHS, DECT, Handloom & Sericulture, DC Office, Gauhati High Court  & All Other competitive exam of Assam.

[-Q-]. উইম্বলডন জুনিয়ৰ খিতাপ লাভ কৰা প্ৰথম ভাৰতীয় হোৱাৰ মৰ্যাদা কাৰ আছে ?

 (ক) জয়দীপ মুখাৰ্জী    (খ) ৰামনাথন কৃষ্ণন    (গ) ৰমেশ কৃষ্ণ    (ঘ) এইবোৰৰ কোনোটোৱেই নহয়

উত্তৰ = ৰামনাথন কৃষ্ণন

[-Q-]. উইম্বলডন জুনিয়ৰ খিতাপ অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা খেলুৱৈ হ’ল ?

(ক) চাইনা নেহৱাল   (খ) ছানিয়া মিৰ্জা   (গ) দিয়া মিৰ্জা   (ঘ) শিখা অবেৰয়

উত্তৰ = ছানিয়া মিৰ্জা

[-Q-]. নিম্নলিখিত কোনখন খেলত বল ব্যৱহাৰ কৰা নহয় ?

 (ক) ফুটবল   (খ) ক্ৰিকেট   (গ) বেডমিণ্টন   (ঘ) টেনিছ

উত্তৰ = বেডমিণ্টন

[-Q-]. নৰেন্দ্ৰ হিৰৱানীয়ে কোনটো দলৰ বিৰুদ্ধে এখন টেষ্ট মেচত ১৬ টা উইকেট দখল কৰিছিল ?

 (ক) নিউজিলেণ্ড   (খ) ৱেষ্ট ইণ্ডিজ   (গ) শ্ৰীলংকা   (ঘ) পাকিস্তান

উত্তৰ = ৱেষ্ট ইণ্ডিজ

[-Q-]. ইয়াৰে কোনটো দল সংগঠিত নহয় ?

 (ক) ভলীবল   (খ) কাবাডী   (গ) দবা   (ঘ) ফুটবল

উত্তৰ = দবা

[-Q-]. চেণ্ডো ‘জাল্লিকাট্টু’ক বশ কৰাৰ খেল কোন খন ৰাজ্যত বিখ্যাত ?

 (ক) কেৰালা   (খ) উৰিষ্যা   (গ) দুয়োটা   (ঘ) তামিলনাডু

উত্তৰ = তামিলনাডু

[-Q-]. নিম্নলিখিত কোনখন চহৰত এলিফেণ্ট মাৰাথন অনুষ্ঠিত হয় ?

 (ক) ত্ৰিচুৰ   (খ) গেংটক   (গ) কোহিমা   (ঘ) মাংগালোৰ

উত্তৰ = ত্ৰিচুৰ

[-Q-]. ভাৰতৰ কোনখন ৰাজ্যই মালখাম্বক ইয়াৰ ৰাজ্যিক ক্ৰীড়া হিচাপে ঘোষণা কৰিছে ?

 (ক) মহাৰাষ্ট্ৰ   (খ) মধ্য প্ৰদেশ   (গ) উত্তৰ প্ৰদেশ   (ঘ) বিহাৰ

উত্তৰ = মধ্য প্ৰদেশ

[-Q-]. ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস 29 আগষ্টত পালন কৰা হয় । নিম্নলিখিত কোনটোৰ সৈতে ইয়াৰ সম্পৰ্ক আছে ?

 (ক) ধ্যান চান্দ   (খ) দিলীপ সিং   (গ) মিলখা সিং   (ঘ) চি.কে. নাইডু

উত্তৰ = ধ্যান চান্দ

[-Q-]. 1975 চনৰ স্বৰ্ণ পদক বিজয়ী বিশ্বকাপ হকীৰ ভাৰতীয় দলৰ অধিনায়ক কোন আছিল ?

 (ক) অমন সিং   (খ) অজিত পাল সিং   (গ) সন্দীপ সিং   (ঘ) ৰূপ সিং

উত্তৰ = অজিত পাল সিং

[-Q-]. নিম্নলিখিত কোনটো খেলৰ নাম নহয় ?

 (ক) বিলিদাৰ   (খ) পোলো   (গ) দলং   (ঘ) অলিম্পিক

উত্তৰ = অলিম্পিক

[-Q-]. নিম্নলিখিত কোনখন দেশে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নেখেলে ?

 (ক) জাপান   (খ) ভাৰত   (গ) নিউজিলেণ্ড   (ঘ) বাংলাদেশ

উত্তৰ= জাপান

[-Q-]. নিম্নলিখিত কোনখন দেশে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নেখেলে ?

 (ক) ৰাছিয়া   (খ) এছ.আফ্ৰিকা   (গ) পাকিস্তান   (ঘ) অষ্ট্ৰেলিয়া

উত্তৰ= ৰাছিয়া

[-Q-]. ভাৰত কেতিয়া বিশ্বকাপ ক্ৰিকেটৰ প্ৰথম চেম্পিয়ন হৈছিল ?

 (ক) ১৯৭৯   (খ) ১৯৮৩   (গ) ১৯৮৭   (ঘ) ২০১১

উত্তৰ= ১৯৮৩

[-Q-]. টেষ্ট ক্ৰিকেটত ৬ বলৰ অভাৰ কেতিয়া আৰম্ভ হৈছিল ?

 (ক) ১৮৯০   (খ) ১৯১১   (গ) ১৯০০   (ঘ) ১৯৪৩

উত্তৰ= ১৯০০

[-Q-]. কোন গৰাকী মহিলা টেনিছ খেলুৱৈয়ে আটাইতকৈ বেছি বাৰ গ্ৰেণ্ড শ্লেম খিতাপ জিকিছে ?

 (ক) ছেৰেনা উইলিয়ামছ   (খ) ষ্টেফি গ্ৰাফ   (গ) ভেনাস উইলিয়ামছ   (ঘ) মাৰ্গাৰেট কোৰ্ট

আনছ= ছেৰেনা উইলিয়ামছ

[-Q-]. মাউণ্ট এভাৰেষ্টৰ শীৰ্ষত আৰোহণ কৰা আটাইতকৈ বয়সস্থ ভাৰতীয় মহিলা কোন ?

 (ক) পোৱালীৰ পাল   (খ) প্ৰেমলতা আগৰৱালা   (গ) প্ৰভা কুমাৰী   (ঘ) টিনা মেনা

উত্তৰ = প্ৰেমলতা আগৰৱালা

[-Q-]. টেনিছত গ্ৰেণ্ড শ্লেম জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ হ’ল ?

 (ক) মহেশ ভূপতি   (খ) ৰমেশ কৃষ্ণ   (গ) আনন্দ অমৃতৰাজ   (ঘ) এইবোৰৰ কোনোটোৱেই নহয়

উত্তৰ = মহেশ ভূপতি

[-Q-]. অলিম্পিকৰ ব্যক্তিগত প্ৰতিযোগিতাত পদক জয় কৰা প্ৰথম ভাৰতীয় কোন ?

 (ক) কে.ডি. যাদৱ   (খ) লিয়েণ্ডাৰ পেচ   (গ) ৰাজ্যবৰ্ধন সিং ৰাঠৌৰ   (ঘ) মিলখা সিং

উত্তৰ= কে.ডি. যাদৱ

[-Q-]. ভাৰতৰ প্ৰথম টেষ্ট ক্ৰিকেটৰ অধিনায়ক কোন আছিল ?

 (ক) লালা অমৰনাথ   (খ) বিজয় হাজাৰে   (গ) চি.কে. নাইডু   (ঘ) ভিনু মানকাড

উত্তৰ = চি.কে. নাইডু

[-Q-]. প্ৰথম খন এদিনীয়া ক্ৰিকেট খেল কেতিয়া খেলা হৈছিল ?

 (ক) ১৯৭১   (খ) ১৯৭২   (গ) ১৯৭৪   (ঘ) ১৯৭৫

উত্তৰ= ১৯৭১

[-Q-]. কোনখন দেশে বিশ্বকাপ ফুটবলৰ সৰ্বাধিক বিজয়ী হোৱাৰ সুযোগ লাভ কৰিছে ?

 (ক) ইটালী   (খ) আৰ্জেণ্টিনা   (গ) ব্ৰাজিল   (ঘ) জাৰ্মানী

আনচ= ব্ৰাজিল

[-Q-]. যিকোনো বিদেশী ফুটবল ক্লাবৰ হৈ খেলা প্ৰথম ভাৰতীয় খেলুৱৈ কোন ?

 (ক) এম. জয়   (খ) শিশিৰ ঘোষ   (গ) জিঅ’পাল এঞ্চেৰী   (ঘ) বাইচুং ভূটিয়া

উত্তৰ = বাইচুং ভূটিয়া

[-Q-]. বিশ্বকাপ ফুটবলৰ প্ৰথম বিজয়ী দেশ ?

 (ক) ইটালী   (খ) ব্ৰাজিল   (গ) উৰুগুৱে   (ঘ) আৰ্জেণ্টিনা

উত্তৰ = উৰুগুৱে

[-Q-]. মাউণ্ট এভাৰেষ্ট দুবাৰ জয় কৰা প্ৰথম মহিলা আৰোহী কোন ?

 (ক) সন্তোষ যাদৱ   (খ) বচেন্দ্ৰী পাল   (গ) জয় কুমাৰী   (ঘ) এইবোৰৰ কোনোটোৱেই নহয়

উত্তৰ = সন্তোষ যাদৱ

[-Q-]. এভাৰেষ্টৰ শিখৰ আৰোহণ কৰা প্ৰথম কনিষ্ঠ মহিলা কোন ?

 (ক) সন্তোষ যাদৱ   (খ) বচেন্দ্ৰী পাল   (গ) কুংগা ভাটিয়া   (ঘ) ডিকি ডলমা

উত্তৰ = ডিকি ডলমা

[-Q-]. কোন বছৰত এভাৰেষ্ট আৰোহণ প্ৰথমে সফল হৈছিল ?

 (ক) ১৯৪৮   (খ) ১৯৫৩   (গ) ১৯৮৭   (ঘ) ১৯৪৯

উত্তৰ= ১৯৫৩ চনত

[-Q-]. পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰা প্ৰথম পৰ্বতাৰোহী ?

 (ক) টেনজিং নৰ্জ   (খ) এডমাণ্ড হিলাৰী   (গ) দুয়োটা   (ঘ) এইবোৰৰ কোনোটোৱেই নহয়

উত্তৰ = দুয়োটা (ক) আৰু (খ)

[-Q-]. পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰা প্ৰথম পৰ্বতাৰোহী ?

 (ক) বচেন্দ্ৰী পাল   (খ) সন্তোষ যাদৱ   (গ) জুনকো তাবেই   (ঘ) ডিকি ডলমা

উত্তৰ = জুনকো তাবেই

[-Q-]. পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা ?

 (ক) বচেন্দ্ৰী পাল   (খ) সন্তোষ যাদৱ   (গ) ডিকি ডলমা   (ঘ) কুংগা ভাটিয়া

উত্তৰ = বচেন্দ্ৰী পাল

Disclaimar: আমি আপোনালোকৰ লৈ সকলো প্ৰশ্ন আৰু প্ৰদান কৰা উত্তৰবোৰ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনাকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল। লগতে, আমি ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলওঁ। ইয়াত, সকলো তথ্যসমূহ কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।